Khuli Kua Na Lyrics:- This new Assamese song features Twinkle Choudhury. This track is sung by Twinkle Choudhury and Dikshu Sarma. The music is composed by Babon Bornil while lyrics are penned by Bidyut Bikash and the song is from the “Khuli Kua Na” Album. The video is directed by Not Yet Declared and published under the label of TWINKLE CHOUDHURY MUSICALL.
Song Title: | Khuli Kua Na |
Singer(s): | Twinkle Choudhury, Dikshu Sarma |
Lyrics: | Bidyut Bikash |
Music: | Babon Bornil |
Starring: | Not Declared |
Music Label: | TWINKLE CHOUDHURY MUSICALL |
Khuli Kua Na Lyrics
তোমাৰ বুকুতে আছেনে ঠাই
তোমাৰ কথাকে ভাবি ভাবি
জানানে মোৰ ৰাতিটো পুৱাই
মোৰো তোমালৈ একেই আদৰ
মৰম আছে বুকুত এসাগৰ
মোৰো তোমালৈ একেই আদৰ
মৰম আছে বুকুত এসাগৰ
ভাল লাগে তুমি মোলৈ চালে
ভাল পোৱা হয় প্ৰতিবাৰে
ভাল লাগে তুমি কাষতে ৰ’লে
কথানো হেৰাই অধৰতে
আধৰুৱা সকলো কোৱানা খুলি
নাৰাখিবা একোকে তোমালে বুলি
দুচকুতে তুমিয়ে আছা উমলি
আৰু নো কিমান ৰম হিয়ানো ঢালি
চোৱা আকাশত জোনৰ হাঁহি
নামিছে নতুন হৈ জোনাক আজি
বুকুৱে বুকুৱে মৰম যাচি
পাৰ কৰিম জোনাকী ৰাতি
ভাল লাগে তুমি মোলৈ চালে
ভাল পোৱা হয় প্ৰতিবাৰে
ভাল লাগে তুমি কাষতে ৰলে
কথানো হেৰাই অধৰতে
নিজকে বিচাৰোঁ মই তোমাৰেই মাজত
প্ৰতি পল ৰোৱা তুমি মোৰেই কাষত
সাঁচিছো তোমাকে মই প্ৰতি উশাহত
সামৰিছো বুকুতে বহু হেঁপাহত
এতিয়া মৰমে মেলিছে পাহী
দুচকুলে সপোন আহে ভাহি
সময়ো অধীৰ তোমাকেই ভাবি
বিচাৰোঁ কাষতে ৰোৱানা আহি
ভাল লাগে তুমি মোলৈ চালে
ভাল পোৱা হয় প্ৰতিবাৰে
ভাল লাগে তুমি কাষতে ৰলে
কথানো হেৰাই অধৰতে
খুলি কোৱানা মোৰ বাবে
তোমাৰ বুকুতে আছেনে ঠাই
তোমাৰ কথাকে ভাবি ভাবি
জানানে মোৰ ৰাতিটো পুৱাই